Xpressbees Logistics ত ডেলিভাৰী বয়/ ছোৱালীৰ খালী পদ

Xpressbees Logistics

এক্সপ্ৰেছবীজ লজিষ্টিক প্ৰাইভেট লিমিটেডে গুৱাহাটীত 50 টা ডেলিভাৰী বয়/ ছোৱালীৰ খালী পদৰ নিযুক্তিৰ বাবে এক নিযুক্তি জাননী প্ৰকাশ কৰিছে। আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে ইয়াত আবেদন কৰিব পাৰে।

  • পদৰ নাম: ডেলিভাৰী বয়/ ছোৱালী
  • পদৰ সংখ্যা: 50
  • দৰমহা: 11500  NTH + Fuel + Incentive + Mobile allowance
  • বয়সৰ সীমা: 18 – 40 বছৰ
  • শিক্ষাগত অৰ্হতা: এইচ.এছ.এল.চি.

 

Xpressbees Logistics ত  নিযুক্তিৰ বাবে কেনেদৰে আবেদন কৰিব?

ইছুক প্ৰ্ৰাথি সকলে উল্লেখিত ঠিকনাত গৈ আবেদন কৰিব লাগিব. 
 

 

এক্সপ্ৰেছবীজ লজিষ্টিকচ,
গোৰচুক, নিশা ধাবাৰ ওচৰত,
গুৱাহাটী, অসম।
(Xpressbees Logistics,
Gorchuk, Near Nisha Dhaba,
Guwahati, Assam.)
 
আৱেদন দাখিলকৰাৰ অন্তিম তাৰিখ: 25/11/2021।

 

Leave a Comment