Karbi Anglong Recruitment 2022,40 টা NHM অধীনত খালী পদ

Karbi Anglong Recruitment 2022

 

জিলা স্বাস্থ্য সমিতি (DHS), কাৰ্বি আংলঙে জিলা স্বাস্থ্য সমিতি (DHS), কাৰ্বি আংলঙৰ অধীনত ঠিকাভিত্তিত 40 MO (MBBS) Part Time  – NUHM, Laboratory Technician, ষ্টাফ নাৰ্ছ আৰু ANM খালী পদৰ নিযুক্তিৰ বাবে এটা বিজ্ঞাপন মুকলি কৰিছে।  আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে Karbi Anglong Recruitment ৰ বাবে ইয়াত আবেদন কৰিব পাৰে। Karbi anglong jobs টোৰ সকলো সবিশেষ তলত উল্লখ কৰা হল ।

Karbi Anglong Recruitment 2022

 

1. পদৰ নাম ঃ  MO (Part-Time) NUHM

 

পদৰ সংখ্যা: 1
শিক্ষাগত অৰ্হতা: এখন স্বীকৃত চিকিৎসা মহাবিদ্যালয়ৰ পৰা MBBS ডিগ্ৰী আৰু ভাৰতীয় অসম চিকিৎসা পৰিষদ/ চিকিৎসা পৰিষদত পঞ্জীয়ন কৰা কৰা হব লাগিব।
 
বয়সৰ সীমা: 1 এপ্ৰিল 2021 তাৰিখলৈকে 62 বছৰলৈকে আবেদন কৰিব পাৰে ।

 

দৰমহা: প্ৰতি মাহে 20,000/-
2. পদৰ নাম ঃ Laboratory Technician
পদৰ সংখ্যা ঃ 2
শিক্ষাগত অৰ্হতা: অসমৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা লেবৰেটৰী টেকনিচিয়ান ডিগ্ৰী / ডিপ্লোমা পাঠ্যক্ৰম থাকিব লাগিব, বা শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়, অসমৰ অধীনৰ প্ৰতিষ্ঠান ডিপ্লোমা লাগিব।
বয়সৰ সীমা: 1 এপ্ৰিল 2021 তাৰিখলৈকে 43 বছৰলৈকে আবেদন কৰিব পাৰে ।
দৰমহা: প্ৰতি মাহে 16,500/-

 

  • Lakhimpur Judiciary Recruitment 2022,4 জন পিয়নৰ খালী পদ
  • NHM Assam Recruitment 2022,40 টা বিশেষজ্ঞ ৰ খালী পদ, অনলাইন আবেদন

 

3.  Staff Nurse
পদৰ সংখ্যা: 29
 
শিক্ষাগত অৰ্হতা: ভাৰতীয় নাৰ্চিং পৰিষদৰ দ্বাৰা স্বীকৃত যিকোনো নাৰ্চিং স্কুল / প্ৰতিষ্ঠানৰ পৰা B.Sc নাৰ্চিং/ GNM পাঠ্যক্ৰম উত্তীৰ্ণ আৰু  Assam Nurses’ Midwives’ and Health Visitors’ Council” পঞ্জীয়ন কৰা হব লাগিব।
বয়সৰ সীমা: 1 এপ্ৰিল 2021 তাৰিখলৈকে 43 বছৰলৈকে আবেদন কৰিব পাৰে ।
দৰমহা: প্ৰতি মাহে 18,000/-
4. ANM
পদৰ সংখ্যা: 8
শিক্ষাগত অৰ্হতা: ANM পাঠ্যক্ৰম উত্তীৰ্ণ, “Assam Nurses’ Midwives’ and Health Visitors’ Council”ৰ অধীনত পঞ্জীয়ন কৰিব লাগিব, লগতে Basic Computer knowledge থাকিব লাগিব ।
 
বয়সৰ সীমা: 1 এপ্ৰিল 2021 তাৰিখলৈকে 43 বছৰলৈকে আবেদন কৰিব পাৰে ।
দৰমহা: প্ৰতি মাহে 16,500/-

Karbi Anglong Recruitment ৰ বাবে কেনেদৰে আবেদন কৰিব লাগে ?

নিৰ্ধাৰিত প্ৰপত্ৰ যেনে মাৰ্কশ্বীট, প্ৰমাণপত্ৰ, পঞ্জীয়ন প্ৰমাণপত্ৰ আদিৰ Xerox copy আৰু 3 খন ফটো Standard Application Assam Gazette-IX  ত সকলো তথ্য পূৰ কৰি নিম্নলিখিত ঠিকনাত 1 মাৰ্চ 2022 তাৰিখে বা তাৰ আগতে দাখিল কৰিব লাগিব।
The Joint Director of Health Services cum Member Secretary

 

District Health Society, NHM

 

P.O.-Diphu, Dist- Karbi Anglong Pin-782460

 

Karbi Anglong Vacancy 2022 ৰ গুৰুত্বপূৰ্ণ তাৰিখ

  • আবেদন দাখিল কৰাৰ আৰম্ভণি তাৰিখ: 23/02/2022
  • আবেদন দাখিলৰ অন্তিম তাৰিখ: 01/03/2022

 

Leave a Comment