জিলা স্বাস্থ্য সমিতি (DHS), কাৰ্বি আংলঙে জিলা স্বাস্থ্য সমিতি (DHS), কাৰ্বি আংলঙৰ অধীনত ঠিকাভিত্তিত 40 MO (MBBS) Part Time – NUHM, Laboratory Technician, ষ্টাফ নাৰ্ছ আৰু ANM খালী পদৰ নিযুক্তিৰ বাবে এটা বিজ্ঞাপন মুকলি কৰিছে। আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে Karbi Anglong Recruitment ৰ বাবে ইয়াত আবেদন কৰিব পাৰে। Karbi anglong jobs টোৰ সকলো সবিশেষ তলত উল্লখ কৰা হল ।
Karbi Anglong Recruitment 2022
1. পদৰ নাম ঃ MO (Part-Time) NUHM
পদৰ সংখ্যা: 1
শিক্ষাগত অৰ্হতা: এখন স্বীকৃত চিকিৎসা মহাবিদ্যালয়ৰ পৰা MBBS ডিগ্ৰী আৰু ভাৰতীয় অসম চিকিৎসা পৰিষদ/ চিকিৎসা পৰিষদত পঞ্জীয়ন কৰা কৰা হব লাগিব।
বয়সৰ সীমা: 1 এপ্ৰিল 2021 তাৰিখলৈকে 62 বছৰলৈকে আবেদন কৰিব পাৰে ।
দৰমহা: প্ৰতি মাহে 20,000/-
2. পদৰ নাম ঃ Laboratory Technician
পদৰ সংখ্যা ঃ 2
শিক্ষাগত অৰ্হতা: অসমৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা লেবৰেটৰী টেকনিচিয়ান ডিগ্ৰী / ডিপ্লোমা পাঠ্যক্ৰম থাকিব লাগিব, বা শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়, অসমৰ অধীনৰ প্ৰতিষ্ঠান ডিপ্লোমা লাগিব।
বয়সৰ সীমা: 1 এপ্ৰিল 2021 তাৰিখলৈকে 43 বছৰলৈকে আবেদন কৰিব পাৰে ।
দৰমহা: প্ৰতি মাহে 16,500/-
- Lakhimpur Judiciary Recruitment 2022,4 জন পিয়নৰ খালী পদ
- NHM Assam Recruitment 2022,40 টা বিশেষজ্ঞ ৰ খালী পদ, অনলাইন আবেদন
3. Staff Nurse
পদৰ সংখ্যা: 29
শিক্ষাগত অৰ্হতা: ভাৰতীয় নাৰ্চিং পৰিষদৰ দ্বাৰা স্বীকৃত যিকোনো নাৰ্চিং স্কুল / প্ৰতিষ্ঠানৰ পৰা B.Sc নাৰ্চিং/ GNM পাঠ্যক্ৰম উত্তীৰ্ণ আৰু Assam Nurses’ Midwives’ and Health Visitors’ Council” পঞ্জীয়ন কৰা হব লাগিব।
বয়সৰ সীমা: 1 এপ্ৰিল 2021 তাৰিখলৈকে 43 বছৰলৈকে আবেদন কৰিব পাৰে ।
দৰমহা: প্ৰতি মাহে 18,000/-
4. ANM
পদৰ সংখ্যা: 8
শিক্ষাগত অৰ্হতা: ANM পাঠ্যক্ৰম উত্তীৰ্ণ, “Assam Nurses’ Midwives’ and Health Visitors’ Council”ৰ অধীনত পঞ্জীয়ন কৰিব লাগিব, লগতে Basic Computer knowledge থাকিব লাগিব ।
বয়সৰ সীমা: 1 এপ্ৰিল 2021 তাৰিখলৈকে 43 বছৰলৈকে আবেদন কৰিব পাৰে ।
দৰমহা: প্ৰতি মাহে 16,500/-
Karbi Anglong Recruitment ৰ বাবে কেনেদৰে আবেদন কৰিব লাগে ?
নিৰ্ধাৰিত প্ৰপত্ৰ যেনে মাৰ্কশ্বীট, প্ৰমাণপত্ৰ, পঞ্জীয়ন প্ৰমাণপত্ৰ আদিৰ Xerox copy আৰু 3 খন ফটো Standard Application Assam Gazette-IX ত সকলো তথ্য পূৰ কৰি নিম্নলিখিত ঠিকনাত 1 মাৰ্চ 2022 তাৰিখে বা তাৰ আগতে দাখিল কৰিব লাগিব।
The Joint Director of Health Services cum Member Secretary
District Health Society, NHM
P.O.-Diphu, Dist- Karbi Anglong Pin-782460
Karbi Anglong Vacancy 2022 ৰ গুৰুত্বপূৰ্ণ তাৰিখ
- আবেদন দাখিল কৰাৰ আৰম্ভণি তাৰিখ: 23/02/2022
- আবেদন দাখিলৰ অন্তিম তাৰিখ: 01/03/2022